Reaccrediated By NAAC "B" with CGPA 2.75
শিৱসাগৰ ছোৱালী কলেজ


College Song


কলেজ সংগীত
 
কথা : অধ্যাপিকা কৰবী ডেকা হাজৰিকা
        
ডিব্ৰুগড় বিশ্ববিদ্যালয়
সুৰ : প্ৰবীণ হাজৰিকা,শিৱসাগৰ
আমি কোমল পুৱাৰ 'দালি
আমি  এজাক সপোন সোণালী
পোহৰৰ দিশে উৰা মাৰি যোৱা
যেন এজাক পখীৰ কাকলি
আমি এজাক সপোন সোণালী \\
দূৰৰ আকাশে মাতে আশা ছটিয়াই
জ্ঞান আৰু বিজ্ঞানে মাতে ৰিঙিয়াই
নিত্য নতুন এই মহাবিশ্বত
পোহৰৰ কণিকা লওঁ বুটলি \\
শিক্ষাৰ সাধনাৰ বন্তি জ্বলাওঁ
নিজেও উজ্বলি উঠো দেশকো উজ্জ্বলাওঁ
গৰিমাৰে মহিমৰে জিলিকি আছে
সোণৰ কলচীৰ কাষতে
শিৱসাগৰ ছোৱালী কলেজ
প্ৰণামো তোমাক
ষদ্ধাৰে অঞ্জলি জনালো তোমাক
দেশৰ মাটিত তুমি সিঁচি দিলা
জ্ঞানৰ জোনাক
প্ৰণামো তোমাক
শ্রদ্ধাৰে অঞ্জলি জনালো তোমাক


copyright (c) 2015 All Rights Reserved By Sibsagar Girls' College


Site is designed & maintained by  North East Web Solution